কবিতাকিতাপ

হে পৃথিৱী অন্তৰতমা

ৰাম গগৈ

হে পৃথিৱী অন্তৰতমা
কবিঃ ৰাম গগৈ
প্ৰথম প্ৰকাশঃ ফেব্ৰুৱাৰী ১৯৮৬ চন
প্ৰকাশকঃ চিত্ৰলেখা প্ৰকাশন
মূল্যঃ ১৮ টকা

ফেব্ৰুৱাৰী ১৯৮৬ চনত চিত্ৰলেখা প্ৰকাশনে প্ৰকাশ কৰা ’হে পৃথিৱী অন্তৰতমা’ ৰাম গগৈৰ ৫৮ টা কবিতাৰ সংকলন ।মূল্য ১৮ টকা । ” সমাজৰ কল্যাণকামী এক শুভ বুদ্ধিৰে মহত্‍ ৰাম গগৈৰ কাব্যত মূৰ্ত হৈছে জন-জীৱনৰ প্ৰাণৰ স্বাক্ষৰ ; সংবেদনশীল মনৰ গভীৰ অনুৰণনে সৰ্বহাৰাৰ বেদনাৰ দলিল তেওঁৰ কবিতাত শক্তিমন্ত নতুন ভ্ৰুণ শিশুৰ কণ্ঠস্বৰ শুনা যায় ।

মাটিৰ স্বপ্নৰ কবি গগৈৰ কবিতাত মাটিৰ মৰম লাগি সূৰ্যস্পৰ্শী কামানাই সাৰ পায, স্বপ্ন দেখে অনেক নতুন শিশুক পোহৰৰ সভালৈ মাতি অনাৰ, সংকল্প লয় পৃথিৱীৰ য’ত দুখ-দৈন্য, শ্ৰেণী বৈষম্যৰ জঞ্জাল জোৱাৰৰ ঢৌত উটাই নিয়াৰ ।

টেগ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close