উপন্যাসকিতাপ

সাউদৰ পুতেকে নাও মেলি যায়

হোমেন বৰগোহাঞি

সাউদৰ পুতেকে নাও মেলি যায়
লেখকঃ হোমেন বৰগোহাঞি
প্ৰথম সংস্কৰণঃ ১৯৮৭ চন
প্ৰকাশকঃ অসম সাহিত্য সভা
দ্বিত্বীয় সংস্কৰণঃ  ১৯৮৯চন
প্ৰকাশকঃ ষ্টুডেণ্টচ্‌ ষ্ট’ৰচ
দ্বিতীয় প্ৰকাশৰ মূল্যঃ ২০.০০টকা
সমীয়া সাহিত্যৰ এক নতুন যুগস্ৰষ্টা হোমেন বৰগোহাঞিৰ উপন্যাস সাউদৰ পুতেকে নাও মেলি যায় অসমীয়া উপন্যসৰ এক জনপ্ৰিয় নাম। অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ১৯৮৭ চনত । দ্বিত্বীয় সংস্কৰণ প্ৰকাশ কৰিছিল ষ্টুডেণ্টচ্‌ ষ্ট’ৰচে আগষ্ট, ১৯৮৯চনত । দ্বিতীয় প্ৰকাশৰ মূল্য আছিল ২০.০০টকা মাত্ৰ।

বাপুকণ নামৰ এক কিশোৰৰ মানসিক যাত্ৰা, উত্তৰণ, সংঘাত, আৰু দৰ্শনৰ এক ব্যতিক্ৰমী উপন্যাস সাউদৰ পুতেকে নাও মেলি যায় । প্ৰচ্ছদ শ্ৰী পূৰ্ণেন্দু পত্ৰীৰ । সাহিত্য ৰসিকৰ বাবে এক অৱশ্য পঠনীয় অসমীয়া কিতাপ ।

টেগ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close