
জীৱন শিল্পী জ্যোতি প্ৰসাদ
লিখকঃ হেমাঙ্গ বিশ্বাস
প্ৰকাশকঃ জাৰ্ণাল এম্পৰিয়াম
প্ৰথম প্ৰকাশঃ জানুৱাৰী ১৯৮৩ চন
প্ৰথম প্ৰকাশৰ মূল্যঃ ১০.০০ টকা
লিখকঃ হেমাঙ্গ বিশ্বাস
প্ৰকাশকঃ জাৰ্ণাল এম্পৰিয়াম
প্ৰথম প্ৰকাশঃ জানুৱাৰী ১৯৮৩ চন
প্ৰথম প্ৰকাশৰ মূল্যঃ ১০.০০ টকা
গ্ৰন্থখনিৰ বিভিন্ন প্ৰৱন্ধ সমূহ হৈছে-
মই নিজিৰাওঁ,
অমৰ জ্যোতি জ্যোতি প্ৰসাদ,
জ্যোতিপ্ৰসাদ আৰু গণনাট্য আন্দোলন,
লভিতাৰ প্ৰথম নিশা,
মোৰ চকুত জ্যোতিপ্ৰসাদ,
জ্যোতিপ্ৰসাদৰ অবিস্মৰণীয় শিক্ষা,
চীনৰ চিঠি,
জ্যোতিপ্ৰসাদ আৰু সাম্যবাদ,
জ্যোতি-চেঞ্চৰৰ বিষয়ে চিঠি,
প্ৰবাদ পুৰুষ জ্যোতিপ্ৰসাদ আৰু
জ্যোতিপ্ৰসাদ মহান ।
বিভিন্ন আলোচনী আদিত প্ৰকাশিত প্ৰৱন্ধ সমূহে জ্যোতিপ্ৰসাদৰ বিষয়ে নজনা বহু দিশ উন্মোচন কৰিছে ।
জাৰ্ণাল এম্পৰিয়ামে জানুৱাৰী ১৯৮৩ চনত প্ৰকাশ কৰা প্ৰথম প্ৰকাশৰ মূল্য আছিল ১০.০০ টকা মাত্ৰ ।



