
চৰ্য্যাপদ
লেখকঃ দিলীপ বৰা
প্ৰকাশক-লয়াৰ্ছ বুক ষ্টল
প্ৰথম প্ৰকাশ-ডিচেম্বৰ ১৯৯৬
প্ৰথম প্ৰকাশৰ মূল্যঃ৮০ টকা
লেখকঃ দিলীপ বৰা
প্ৰকাশক-লয়াৰ্ছ বুক ষ্টল
প্ৰথম প্ৰকাশ-ডিচেম্বৰ ১৯৯৬
প্ৰথম প্ৰকাশৰ মূল্যঃ৮০ টকা
মুঠ পাঁচটা অধ্যায়ৰ গ্ৰন্থখনৰ প্ৰথম অধ্যায়ত আছে-
পৰিচয়মূলক টোকা,
ভাষা সম্পৰ্কীয় বিতৰ্ক,
সন্ধ্যা ভাষা,
অসমত বৌদ্ধ ধৰ্ম,
তন্ত্ৰ সম্পৰ্কে এটা ধাৰণা,
বৌদ্ধ তান্ত্ৰিক মতবাদৰ বিভিন্ন ধাৰা,
তন্ত্ৰ আৰু যোগ,
চৰ্য্যাগীতৰ দৰ্শন,
চৰ্য্যাপদত প্ৰতিফলিত সমকালীন সমাজ,
চৰ্য্যাগীতৰ সাহিত্যিক সৌন্দৰ্য্য,
চৰ্য্যাপদ আৰু পৰৱৰ্ত্তী আৰু অসমীয়া গীতি সাহিত্যঃ
ক)চৰ্য্যাপদ আৰু বৰগীত
খ) চৰ্য্যাপদ আৰু দেহবিচাৰৰ গীত
গ) চৰ্য্যাপদ আৰু জিকিৰ,
চৰ্য্যাপদৰ এটি ভাষাতাত্বিক টোকা ।
দ্বিতীয় অধ্যায়ত আছে-
কবি পৰিচয়,
তৃতীয় অধ্যায়ত আছে-
অসমীয়া গীতি অনুবাদ,
চতুৰ্থ অধ্যায়ত আছে-
চৰ্য্যাগীতসমূহৰ মূলভাৱ,
পঞ্চম অধ্যায়ত আছে-
নৱ চৰ্য্যাপদ।