কিতাপগল্প

নতুনৰ স্বৰলিপি

নতুন লিখকৰ নিৰ্বাচিত পঞ্চাশটা গল্পৰ সংকলন

নতুনৰ স্বৰলিপি
পঁচিশজন নিৰ্বাচিত নতুন লিখকৰ গল্প সংকলন
প্ৰকাশকঃ নন্দিতা বৰুৱা
প্ৰথম প্ৰকাশঃ ২০১০
মূল্যঃ২০০.০০ টকা

কুৰি শতিকাৰ নবৈৰ দশকৰ শেষভাগত আত্মপ্ৰকাশ কৰা তথা একবিংশ শতিকাত অসমীয়া গল্পক এটা বিশেষ পৰ্য্যায়ত ধৰি ৰাখিব বুলিআশা কৰা পঁচিশজন নিৰ্বাচিত নতুন লিখকৰ নিৰ্বাচিত পঞ্চাশটা গল্পৰ সংকলন ।প্ৰথম প্ৰকাশ ২০১০ । প্ৰকাশক নন্দিতা বৰুৱা । মূল্য ২০০.০০ টকা মাত্ৰ ।

গল্পকাৰ সকল হৈছে- মৃত্যুঞ্জয় মহন্ত, অপু ভৰদ্বাজ, অৰূপ কুমাৰ নাথ, অনামিকা বৰা, ৰশ্মিৰেখা বৰা, সঞ্জীৱ পল ডেকা, মৃণাল কলিতা, চন্দনা পাঠক, ৰত্না ভৰালী তালুকদাৰ, সোমনাথ বৰা, মণিকা দেৱী, সিদ্ধাৰ্থ শংকৰ বেজবৰুৱা, ভাস্কৰ ঠাকুৰীয়া,কমল কুমাৰ তাঁতী, প্ৰাৰ্থনা শইকীয়া, মনালিছা শইকীয়া, দিব্যজ্যোতি বৰা, জয়ন্ত শইকীয়া, ভূপেন গায়ন, ধ্ৰুবজ্যোতি শৰ্মা, গীতালি বৰা, স্বাতী হাজৰিকা, সুৰঞ্জনা শৰ্মা, নিশিগন্ধা তালুকদাৰ আৰু অংগনা চৌধুৰী ।

টেগ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close