সাউদৰ পুতেকে নাও মেলি যায়
লেখকঃ হোমেন বৰগোহাঞি
প্ৰথম সংস্কৰণঃ ১৯৮৭ চন
প্ৰকাশকঃ অসম সাহিত্য সভা
দ্বিত্বীয় সংস্কৰণঃ ১৯৮৯চন
প্ৰকাশকঃ ষ্টুডেণ্টচ্ ষ্ট’ৰচ
দ্বিতীয় প্ৰকাশৰ মূল্যঃ ২০.০০টকা
লেখকঃ হোমেন বৰগোহাঞি
প্ৰথম সংস্কৰণঃ ১৯৮৭ চন
প্ৰকাশকঃ অসম সাহিত্য সভা
দ্বিত্বীয় সংস্কৰণঃ ১৯৮৯চন
প্ৰকাশকঃ ষ্টুডেণ্টচ্ ষ্ট’ৰচ
দ্বিতীয় প্ৰকাশৰ মূল্যঃ ২০.০০টকা
বাপুকণ নামৰ এক কিশোৰৰ মানসিক যাত্ৰা, উত্তৰণ, সংঘাত, আৰু দৰ্শনৰ এক ব্যতিক্ৰমী উপন্যাস সাউদৰ পুতেকে নাও মেলি যায় । প্ৰচ্ছদ শ্ৰী পূৰ্ণেন্দু পত্ৰীৰ । সাহিত্য ৰসিকৰ বাবে এক অৱশ্য পঠনীয় অসমীয়া কিতাপ ।