উপন্যাসকিতাপ

যমুনা

মণিকুন্তলা ভট্টাচাৰ্য্য

যমুনা
লেখিকাঃ মণিকুন্তলা ভট্টাচাৰ্য্য
প্ৰথম প্ৰকাশঃ ২০০৯
প্ৰকাশকঃ পূৰ্বাঞ্চল প্ৰকাশ
প্ৰথম সংস্কৰণৰ মূল্যঃ ১২৫.০০ টকা
স্বামী আৰু পুত্ৰক একেসময়তে  হেৰুওৱা চল্লিশৰ দেওনা পাৰ কৰা এগৰাকী সাধাৰণ মধ্যবিত্তীয় গৃহিণীৰ কাহিনী যমুনা । জনমভূমি কাকতৰ দেওবৰীয়া পৰিপূৰিকা বসুন্ধৰাত ধাৰাবাহিক ভাৱে প্ৰকাশ পোৱা যমুনাই পাঠকৰ যথেষ্ট সমাদৰ লাভ অকৰিছিল । কিতাপ আকাৰে  প্ৰকাশ কৰিছে পূৰ্বাঞ্চল প্ৰকাশে । ২০০৯ ত প্ৰকাশ পোৱা প্ৰথম সংস্কৰণৰ মূল্য ১২৫.০০ টকা মাত্ৰ ।

টেগ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close