কিতাপগৱেষণা মূলক গ্ৰন্থপ্ৰবন্ধ

অ’ মোৰ সুৰীয়া মাত

ডাঃ ধ্ৰুৱজ্যোতি বৰা

অ’ মোৰ সুৰীয়া মাত
লিখকঃ ডাঃ ধ্ৰুৱজ্যোতি বৰা
প্ৰকাশকঃ ষ্টুডেন্টচ্‌ ষ্ট’ৰচ
প্ৰথম প্ৰকাশঃ আগষ্ট, ১৯৯৪ চন
প্ৰথম প্ৰকাশৰ মূল্যঃ ৩৫.০০ টকা
জাতীয় ভাষা হিচাপে অসমীয়া ভাষাৰ বিকাশ আৰু সমাজ বিজ্ঞানৰ দিশৰ পৰা ভাষাক, অসমীয়া ভাষাক আৰু অসমৰ বিভিন্ন ভাষা পৰীক্ষা কৰি চোৱাৰ যত্ন কৰা হৈছে এই প্ৰৱন্ধ লানিত । ভাষাৰ সামাজিক ভূমিকাৰ পৰা আৰম্ভ কৰি, ভাষাৰ ক্ৰমাগত বিকাশ, প্ৰয়োগ, জনজাতীয় ভাষা আৰু অসমীয়া ভাষাৰ ভৱিষ্যত এই সমূহ দিশ সামৰি এক গৱেষণা মূলক গ্ৰন্থ।

ষ্টুডেন্টচ্‌ ষ্ট’ৰচে প্ৰকাশ কৰা আগষ্ট ১৯৯৪ চনত প্ৰকাশ পোৱা প্ৰথম প্ৰকাশৰ মূল্য ৩৫.০০ টকা মাত্ৰ ।

টেগ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close