কিতাপগল্প

পানীৰ এই জীৱন নীলপৱন

মনালিছা শইকীয়া

পানীৰ এই জীৱন নীলপৱন
লেখিকাঃ মনালিছা শইকীয়া
প্ৰথম প্ৰকাশঃ নৱেম্বৰ ২০০৬
প্ৰকাশকঃ প্ৰাপ্তি প্ৰকাশন
প্ৰথম সংস্কৰণৰ মূল্যঃ ৬০.০০ টকা।

মনালিছা শইকীয়া
মনালিছা শইকীয়া
পানীৰ এই জীৱন নীলপৱন লেখিকাৰ প্ৰকাশিত চতুৰ্থ খন কিতাপ । ইতিমধ্যে লেখিকাৰ দুখন গল্প আৰু এখন উপন্যাস প্ৰকাশ পাইছে ।  ১৪টা গল্পৰ এই খন সংকলনখনৰ গল্প সমূহ হৈছে- । জীৱনৰ গল্প, অতৃপ্তি, এটা শৰীৰী গল্প, জন আব্ৰাহামৰ মুখা, শামুক, ভালপোৱা, তাই যদি তাই নহ’লহেতেন, স্বাৰ্গৰ দুৱাৰ বিচাৰি, তাই ছুপাৰ মডেল নহ’ল, এটি ভ্ৰূণৰ কথা, ভোগ, এদিন এনিশাৰ সাধু, চেগুণ কাঠৰ বিচনাখন আৰু পানীৰ এই জীৱন নীলপৱন ।

টেগ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close