কিতাপগল্প

য়াকাচী

গায়ত্ৰী দলে

য়াকাচী
লেখিকাঃ গায়ত্ৰী দলে
প্ৰকাশকঃ সুগন্ধি পখিলা প্ৰকাশন
প্ৰথম প্ৰকাশঃ ছেপ্তেম্বৰ ২০১১
মূল্যঃ ৮০.০০ টকা
গায়ত্ৰী দলে
গায়ত্ৰী দলে

নৱ প্ৰজন্মৰ প্ৰতিভাশালী লেখিকা গায়ত্ৰী দলেৰ প্ৰথম গল্প সংকলন য়াকাচী । অগতানুগতিক কথন শৈলী আৰু বাস্তৱ চৰিত্ৰৰ সংমিশ্ৰণে য়াকাচীক এক নতুন মাত্ৰা দিছে । সমাজৰ মাজৰ পৰা বুটলি অনা কেইটামান জীৱন্ত চৰিত্ৰক গল্প সমূহৰ মাজেৰে গল্পকাৰে অতি সুন্দৰ ভাৱে উপস্থাপন কৰিছে । ছেপ্তেম্বৰ ২০১১ ত প্ৰকাশ পোৱা প্ৰথম সংকলন প্ৰকাশ কৰিছে গোগামুখৰ সুগন্ধি পখিলা প্ৰকাশনে । সুন্দৰ ছপা আৰু মনোমোহা বেটুপাতৰ কিতাপ খনিৰ মূল্য মাত্ৰ ৮০ টকা।

টেগ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close