
লিখকঃ নন্দ তালুকদাৰ
প্ৰথম প্ৰকাশঃএপ্ৰিল, ১৯৬৯ চন
দ্বিতীয় প্ৰকাশঃ জানুৱাৰী,১৯৮৮
তৃতীয় প্ৰকাশঃ জুলাই ১৯৯৫
প্ৰকাশকঃবনলতা
তৃতীয় প্ৰকাশৰ মূল্য ৫৫.০০ টকা
কিতাপ খনৰ কবিতা ভাগত থকা লিখনি সমূহ হৈছে- নৱন্যাস আন্দোলন, ৰহস্যবাদ, কাব্য-সাহিত্য, চনেট, মালিতা, হাস্য-ৰস, দেশপ্ৰেমমূলক কবিতা, গীতি-সাহিত্য, অসমীয়া কবিতাত শৰত্ আৰু কবিৰ দৃষ্টিত বিহু । কবি ভাগত থকা প্ৰৱন্ধ সমূহ হৈছে- চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঞি বৰুৱা, ৰঘুনাথ চৌধাৰী, অম্বিকাগিৰী ৰায়চৌধুৰী, দুৰ্গেশ্বৰ শৰ্মা, ৰত্নকান্ত বৰকাকতী, যতীন্দ্ৰনাথ দুৱৰা, ডিম্বেশ্বৰ নেওগ, নলিনীবালা দেৱী, বিনন্দ বৰুৱা, হিতেশ্বৰ বৰবৰুৱা, পাৰ্ৱতি প্ৰসাদ বৰুৱা, নীলমণি ফুকন আৰু দেৱকান্ত বৰুৱা ।
ডিব্ৰুগড়ৰ বনলতাই প্ৰকাশ কৰা তৃতীয় প্ৰকাশৰ মূল্য ৫৫.০০ টকা মাত্ৰ।